Dur Digantot Dekhisu mp3 download


Dur Digantot Dekhisu Riniki ( দূৰ দিগন্তত দেখেছোঁ ৰিণিকি ) - by Bhupen Hazarika

LYRICS

Assamese song of Bhupen Hazarika / Lyrics, Melody and Music by Bhupen Hazarika / Lyrics of the song : (মোৰ দিনান্তত সোঁৱৰণী বগ উৰা দেখিলে মোৰ হৃদয় ৰিক্ত হয় ..অতীতে মন দহে , ( ৰিক্ত কৰে ...... আজি ৰিক্ত কৰে ৷) দূৰ দিগন্তত দেখিছোঁ ৰিণিকি সোঁৱৰণী বগ উৰে ! দূৰ দিগন্তত দেখিছোঁ ৰিণিকি সোঁৱৰণী বগ উৰে ! উৰি উৰি উৰি মোৰ দিনান্তক আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! চেনেহ সাগৰ মথিলোঁ কতনা ৰহণ জিলিকি পৰা ! সেই সাগৰে ঢালি দিলে আহি সেই সাগৰে ঢালি দিলে আহি মৰণ বিষৰ ধাৰা ..! জীৱনৰে আবেলিতে নিকাই ঢাকি ধৰে ! আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! দিলা নুমুৱাই মোৰ বন্তি জীৱন শলিতা পোৰা ! কাষতে জিলিকে হাঁহি তোমাৰ ভুৱন বলিয়া কৰা ! দিলা নুমুৱাই মোৰ বন্তি জীৱন শলিতা পোৰা ! কাষতে জিলিকে হাঁহি তোমাৰ ভুৱন বলিয়া কৰা ! অভিযোগ নাই মোৰ অভিমানো নাই ঘৃণাৰে উপচি পৰা ! মোৰ অশ্রুৱে তোমাৰ বুকুত মোৰ অশ্রুৱে তোমাৰ বুকুত ঢালক সুখৰ নিজৰা ! তোমাৰ ৰূপৰ ৰামধনু ৰং ধৰাত চিটিকি পৰে..! আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! হে  ৰিক্ত কৰে মোক ৰিক্ত কৰে ! দূৰ দিগন্তত দেখিছোঁ ৰিণিকি সোঁৱৰণী বগ উৰে.. ! উৰি উৰি উৰি মোৰ দিনান্তক আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! মোক ৰিক্ত কৰে আজি ৰিক্ত কৰে ! মোক ৰিক্ত কৰে আজি ৰিক্ত কৰে ! কথা, সুৰ ও কণ্ঠ : ভূপেন হাজৰিকা ৰচনা কাল ও প্ৰথম বাণীবদ্ধ : ১৯৫৪ চন, গুৱাহাটী। নতুনকৈ বাণীবদ্ধ : ৫ চেপ্টেম্বৰ ১৯৯৩ চন, কলিকতা । 🌿🌼🌿


Dur Digantot Dekhisu ( দূৰ দিগন্তত দেখেছোঁ) - by Bhupen Hazarika.

LYRICS

Assamese song of Bhupen Hazarika / Lyrics, Melody and Music by Bhupen Hazarika / Lyrics of the song : (মোৰ দিনান্তত সোঁৱৰণী বগ উৰা দেখিলে মোৰ হৃদয় ৰিক্ত হয় ..অতীতে মন দহে , মোক ৰিক্ত কৰে ...... আজি ৰিক্ত কৰে ৷) দূৰ দিগন্তত দেখিছোঁ ৰিণিকি সোঁৱৰণী বগ উৰে ! দূৰ দিগন্তত দেখিছোঁ ৰিণিকি সোঁৱৰণী বগ উৰে ! উৰি উৰি উৰি মোৰ দিনান্তক আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! চেনেহ সাগৰ মথিলোঁ কতনা ৰহণ জিলিকি পৰা ! সেই সাগৰে ঢালি দিলে আহি সেই সাগৰে ঢালি দিলে আহি মৰণ বিষৰ ধাৰা ..! জীৱনৰে আবেলিতে নিশাই ঢাকি ধৰে ! আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! দিলা নুমুৱাই মোৰ বন্তি জীৱন শলিতা পোৰা ! কাষতে জিলিকে হাঁহি তোমাৰ ভুৱন বলিয়া কৰা ! দিলা নুমুৱাই মোৰ বন্তি জীৱন শলিতা পোৰা ! কাষতে জিলিকে হাঁহি তোমাৰ ভুৱন বলিয়া কৰা ! অভিযোগ নাই মোৰ অভিমানো নাই ঘৃণাৰে উপচি পৰা ! মোৰ অশ্রুৱে তোমাৰ বুকুত মোৰ অশ্রুৱে তোমাৰ বুকুত ঢালক সুখৰ নিজৰা ! তোমাৰ ৰূপৰ ৰামধনু ৰং ধৰাত চিটিকি পৰে..! আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! হে  ৰিক্ত কৰে মোক ৰিক্ত কৰে ! দূৰ দিগন্তত দেখিছোঁ ৰিণিকি সোঁৱৰণী বগ উৰে.. ! উৰি উৰি উৰি মোৰ দিনান্তক আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! মোক ৰিক্ত কৰে আজি ৰিক্ত কৰে ! মোক ৰিক্ত কৰে আজি ৰিক্ত কৰে ! কথা, সুৰ ও কণ্ঠ : ভূপেন হাজৰিকা ৰচনা কাল ও প্ৰথম বাণীবদ্ধ : ১৯৫৪ চন, গুৱাহাটী। নতুনকৈ বাণীবদ্ধ : ৫ চেপ্টেম্বৰ ১৯৯৩ চন, কলিকতা । 🌿🌼🌿 #autohash #people #portrait #illustration #business #cheerful #sign #creativity #celebration #love


দূৰ দিগন্তত দেখিছো ৰিণিকি ( Dur digantot dekhiso ) Singer- Bhupen Hazarika

LYRICS

কথা, সুৰ, কন্ঠ- ভূপেন হাজৰিকা . Upload- Kumar Shishir Das plz subscribe my channel


Bhupen Hazarika DUR DIGANTOT দূৰ দিগন্তত দেখিছোঁ ৰিনিকি সোঁৱৰণি বগ উৰে

LYRICS

[কথা:- মোৰ দিনান্তত সোঁৱৰণী উৰা দেখিলে মোৰ হৃদয় ৰিক্ত হয় .. অতীতে মন দহে , মোক ৰিক্ত কৰে ...... আজি ৰিক্ত কৰে ৷ ] দূৰ দিগন্তত দেখিছোঁ ৰিণিকি সোঁৱৰণী বগ উ...ৰে ! দূৰ দিগন্তত দেখিছোঁ ৰিণিকি সোঁৱৰণী বগ উ...ৰে ! উৰি উৰি উৰি মোৰ দিনান্তক আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! চেনেহ সাগৰ মথিলোঁ কতনা ৰহণ জিলিকি পৰা ! সেই সাগৰে ঢালি দিলে আহি সেই সাগৰে ঢালি দিলে আহি মৰণ বিষৰ ধাৰা ..! জীৱনৰে আবেলিতে নিশাই ধাকি ধৰে ! আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! দিলা নুমুৱাই মোৰ বন্তি জীৱন শলিতা পোৰা ! কাষতে জিলিকে হাঁহি তোমাৰ ! ভুৱন বলিয়া কৰা ! দিলা নুমুৱাই মোৰ বন্তি জীৱন শলিতা পোৰা ! কাষতে জিলিকে হাঁহি তোমাৰ ! ভুৱন বলিয়া কৰা ! অভিযোগ নাই মোৰ অভিমান ও নাই ঘৃণাৰে উপচি পৰা ! মোৰ অশ্রুৱে তোমাৰ বুকুত মোৰ অশ্রুৱে তোমাৰ বুকুত ধালক সুখৰ নিজৰা ! তোমাৰ ৰূপৰ ৰামধনু ৰং ধৰাত চিটিকি পৰে..! আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! হে ৰিক্ত কৰে মোক ৰিক্ত কৰে ! দূৰ দিগন্তত দেখিছোঁ ৰিণিকি সোঁৱৰণী বগ উ...ৰে.. ! উৰি উৰি উৰি মোৰ দিনান্তক আজি ৰিক্ত কৰে মোক ৰিক্ত কৰে ! মোক ৰিক্ত কৰে আজি ৰিক্ত কৰে ! মোক ৰিক্ত কৰে আজি ৰিক্ত কৰে ! (ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত) [গীতটি প্রথমে গুৱাহাটী(১৯৫৪ চন)ত, পিচত নতুন ৰূপত গায় কলকাতা(৫ চেপ্টেম্বৰ ১৯৯৩ চন)ত]


Dur Diganter ( দূর দিগন্তের ) - by Bhupen Hazarika.

LYRICS

Bengali song of Bhupen Hazarika / Lyrics by Mintu Mukherjee / Melody and Music by Bhupen Hazarika.


Brahamputrar Duti Par (ব্ৰহ্মপুত্ৰৰ দুটি পাৰ) - by Bhupen Hazarika.

LYRICS

Assamese song of Bhupen Hazarika /Lyrics, Melody and Music by Bhupen Hazarika / Co-signer Manisha Sengupta . #autohash #Sukekuchi #India #Assam #people #outdoors #business #portrait #travel #traveling #visiting #instatravel #instago #illustration #creativity #fun #technology #tech #techie #geek #techy #BhupenHazarika #Manisha #Hazarika #Sengupta #KishorChoudhury


Door digantot dekhiso riniki Bhupen Hazarika

LYRICS


Ei bohag Jwolonta Arun ( এই বʼহাগ জ্বলন্ত অৰুণ) - by Bhupen Hazarika.

LYRICS

Assamese song of Bhupen Hazarika / Lyrics, Melody and Music by Bhupen Hazarika / Lyrics of the song : এই বʼহাগ জ্বলন্ত অৰুণ এই বʼহাগ দুৰন্ত তৰুণ । পুৰণি শত শত বʼহাগ মাহৰ জহি-খহি যোৱা মূল্যবোধৰ মৈদাম খান্দি খান্দি হাড়বোৰ নিকা কৰি অস্ত্ৰ সাজি সাজি লৈ নিশ্বাস কোনে বাৰু হাঁহি হাঁহি শোষণ সেনানীৰ কৰিছে বিনাশ ? এই বʼহাগ জ্বলন্ত অৰুণ এই বʼহাগ দুৰন্ত তৰুণ । পুৰণি বʼহাগ ক্লান্ত আছিল পুৰণি চিন্তা অশান্ত নাছিল । আজিৰ বʼহাগ যেন বলিয়া বসন্ত থিয় হৈছেহি এক তৰুণ দুৰন্ত । মৃত্যুৰে সখা পাতি ৰঙালে ফাগুন বʼহাগতে খেদিছেহি নিঠুৰ শগুণ । এই বʼহাগ জ্বলন্ত অৰুণ এই বʼহাগ দুৰন্ত তৰুণ । দেশৰ মাটিত তাৰ ভৰি দুটা আছে কʼলা কʼলা চুলিবোৰে চুইছে আকাশ বাহু দুটা মেলি সি বুটলিছে তৰা কণ্ঠত যুক্তিৰ মুক্ত প্ৰকাশ। আকাশে ঢালে নতুনৰ বৰষুণ ঢোল বাই নাচে দুৰন্ত তৰুণ এই বʼহাগ জ্বলন্ত অৰুণ এই বʼহাগ দুৰন্ত তৰুণ । কথা, সুৰ-সঙ্গীত আৰু কণ্ঠ ভূপেন হাজৰিকা


Door Digantu

LYRICS

Provided to YouTube by Believe / Lokdhun Door Digantu · Dr Bhupen Hazarika Sharatar Shewali ℗ Vee Gee Audio Released on: 2019-05-25 Author: DR. Bhupen Hazarika Composer: DR. Bhupen Hazarika Auto-generated by YouTube.


Toponi ( টোপনি ) - by Bhupen Hazarika

LYRICS

An Assamese poem written & recitation by Bhupen Hazarika.


Nelage Xomaj Nelage Nelage ( নেলাগে সমাজ নেলাগে নেলাগে ) - by Bhupen Hazarika

LYRICS

Assamese song of Bhupen Hazarika / Lyrics and Melody by Bhupen Hazarika / Lyrics of the song : নেলাগে সমাজ, নেলাগে নেলাগে সময় দেখুওৱা ঘড়ী সময় এবাৰ থমকি ৰওকচোন আমাকে সাক্ষী কৰি। নেলাগে সমাজ। আবেলিৰ ৰামধনু থপিয়াই আনি টুকুৰা টুকুৰ কৰি ছটিয়াই দিম তোমাৰ গালৈ ল'বাচোন শয্যাত পৰি ল'বাচোন শয্যাত পৰি । বিজুলীৰ একোচা আগচুলি আনি অতি মৰমৰ এনাজৰী মেৰিয়াই ল'ম দুয়োৰে দেহাত আকাশেও দিব সঁহাৰি আকাশেও দিব সঁহাৰি। নেলাগে সমাজ, নেলাগে নেলাগে সময় দেখুওৱা ঘড়ী সময় এবাৰ থমকি ৰওকচোন আমাকে সাক্ষী কৰি আমাকে সাক্ষী কৰি। বাধাৰ বুৰঞ্জীৰ বহুতো পুথি টুকুৰা টুকুৰ কৰি দলিয়াই দিম এন্ধাৰৰ ফালে যাব ক'ৰবালৈ উৰি। ধুমুহাৰ নিশ্বাস ময়েই হলোঁ তুমি সাগৰৰ লহৰী নেলাগে উষা, হওক নিশা অন্তহীন উজাগৰী । নেলাগে সমাজ, নেলাগে নেলাগে নেলাগে সমাজ, নেলাগে নেলাগে সময় দেখুওৱা ঘড়ী সময় এবাৰ থমকি ৰওকচোন আমাকে সাক্ষী কৰি নেলাগে সমাজ, নেলাগে নেলাগে সময় দেখুওৱা ঘড়ী । কথা, সুৰ ও কণ্ঠ : ভূপেন হাজৰিকা ৰচনা কাল : ১৯৬৪ My Facebook Group For Bhupen Hazarika's Songs : https://www.facebook.com/groups/557919118420491/?ref=share My Facebook Group For All Assamese songs : https://www.facebook.com/groups/2099991920287463/?ref=share My Facebook Group For All Kind Of Songs : https://www.facebook.com/groups/3225268050869957/?ref=share My Facebook Account : https://www.facebook.com/profile.php?id=100008158159190 My Mail Address : [email protected]


" ৰিণিকি ৰিণিকি দেখিছো দুৰণিত" ( A.I.R RECORDING) কথা ,সুৰ আৰু কন্ঠ ভূপেন হাজৰিকা ,সংগ্ৰহ ধ্ৰুৱ ডেকা

LYRICS


Tamul Chur ( তামুল চুৰ ) - by Rameswar Pathak

LYRICS

Assamese Kamrupi Lokogeet Of Rameswar Pathak.


Tribute to legend Dr. Bhupen Hazarika by Ritwick and Pankaj

LYRICS


Dur Digantat Dekhichu || Dr. Bhupen Hazarika || ড: ভূপেন হাজৰিকা

LYRICS

#assamesegeetmala #bhupenhazarika #oldsongs #evergreensongs Dr. Bhupen Hazarika Songs Artist: Bhupen Hazarika Music: Bhupen Hazarika Lyrics: Bhupen Hazarika


OI DUR DIGONTO

LYRICS

Provided to YouTube by YouTube CSV2DDEX OI DUR DIGONTO · PRADIP DUR DIGANTA ℗ Raga Music Communications Released on: 2007-11-07 Auto-generated by YouTube.


Nijok Kio Sawo ( নিজক কিয় চাওঁ ) - by Bhupen Hazarika.

LYRICS

Assamese Film song of Bhupen Hazarika / Lyrics by Nirmalprobha Bordoloi / Music by Kula-Atul / Film : Srimoti Mohimamoye ( শ্ৰীমতী মহিমাময়ী ) of 1979 / Lyrics of the song : নিজক কিয় চাওঁ বুজিতো নেপাওঁ নিজেই নিজৰ মাজতেই যেন অচিনাকি হৈ যাওঁ । নিজক কিয় চাওঁ ।। গভীৰ দুখৰ আছে জানো কিবা শেষ জীৱন কেৱল অভিনয়ৰেই বেশ নজনা নদীত মাথোন উটিছোঁ সিপাৰে কিবা পাওঁ । নিজক কিয় চাওঁ ।। কৰে ভীৰুতাই কত নিকৰুণ ভুল অবিচাৰে নাশে কত জীৱনৰ ফুল ধুমুহা বনতো যি ফুলি ৰয় তাৰেই গীতকে গাওঁ তাতেই জীৱন পাওঁ । নিজক কিয় চাওঁ ।। কথা : নিৰ্মলপ্ৰভা বৰদলৈ কণ্ঠ : ভূপেন হাজৰিকা সুৰ-সঙ্গীত : কুল-অতুল বোলছবি : শ্ৰীমতী মহিমাময়ী / ১৯৭৯ My Facebook Group For Bhupen Hazarika's Songs : https://www.facebook.com/groups/557919118420491/?ref=share My Facebook Group For All Assamese songs : https://www.facebook.com/groups/2099991920287463/?ref=share My Facebook Group For All Kind Of Songs : https://www.facebook.com/groups/3225268050869957/?ref=share My Facebook Account : https://www.facebook.com/profile.php?id=100008158159190 My Mail Address : [email protected]


Bohudinor Aagote Godhulire Porote (বহুদিনৰ আগতে গধূলিৰে পৰতে) - by Bhupen Hazarika.

LYRICS

Assamese song of Bhupen Hazarika / Lyrics, Melody and Music by Bhupen Hazarika / Lyrics of the song : বহুদিনৰ আগতে.. বহুদিনৰ আগতে গধূলিৰে পৰতে তোমাৰ ৰূপহ শিখা দেখা আজি পৰে মনতে বহুদিনৰ আগতে...! মোৰে সৰু কোঠাতে নেমেলা খিৰিকীতে তুমি আহি মাত দিলা ধুনীয়া নিশাতে বহুদিনৰ আগতে...! কলীয়া ধুমুহাৰে শত শত বিপদে কলীয়া ধুমুহাৰে শত শত বিপদে তোমাৰ মোৰে সপোনখিনি কঁপালে গচকেতে বহুদিনৰ আগতে...! আমাৰ চেনেহ সাগৰৰে দেখি সাহস জোৱাৰতে বিপদৰে ধুমুহাই পলালে পলকতে বহুদিনৰ আগতে...! আজি ৰভা তলীতে নামৰে জাউৰিতে ঐ ৰাম তোমাক মোকে বান্ধিছে হে এটি বিবাহ ডোলতে আজি ৰভা তলীতে...! বহুদিনৰ আগতে       গধূলিৰে পৰতে তোমাৰ ৰূপহ শিখা দেখা আজি পৰে মনতে      বহুদিনৰ আগতে...!! কথা, সুৰ-সংগীত ও কণ্ঠ : ভূপেন হাজৰিকা । ৰচনা : খাৰঘূলি /১৯৫৩ চন । #autohash #illustration #people #sign #portrait #bill #art #party #actor #letter #business #celebration #child #vector #BhupenHazarika


Jibon ghorir pratitu pol......জীৱন ঘড়ীৰ প্ৰতিটো পল। Lyrics Dr Bhupen Hajarika.Tune.Jitu Tapan..Origi

LYRICS

Video from Nilakshi


Dur Diaganter Shesh Simanay Bhupen Hazarika

LYRICS

Dur Diaganter Shesh Simanay Bhupen Hazarika


"মোৰ হৃদয় " কন্ঠ উমেশ গগৈ ,সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা

LYRICS


O Jonali Dipannwita ( অ' জোনালী দীপান্বিতা) - by Bhupen Hazarika.

LYRICS

Assamese song of Bhupen Hazarika / Lyrics, Melody and Music by Bhupen Hazarika / Lyrics of the song : অʼ জোনালী দীপান্বিতা দীপান্বিতা দীপান্বিতা। অʼ জোনালী দীপান্বিতা দীপান্বিতা দীপান্বিতা। ঘিট্‌মিটীয়া এন্ধাৰ কাতিৰ ৰাতি চিকমিকীয়া জ্বলি উঠে চাকি উজ্বলিল সোণৰে মাটি ।। জ্বলে ঘৰে ঘৰে প্ৰদীপ শিখা জ্বলে ঘৰে ঘৰে প্ৰদীপ শিখা মঙ্গল উৰুলি আৰতি দেৱশিশু সৱে উমলিছে দেৱশিশু সৱে উমলিছে পোহৰ দলিচা পাতি ।। অʼ জোনালী দীপান্বিতা দীপান্বিতা দীপান্বিতা। দীপান্বিতা দুদিনীয়া আহিব বা এছাটি, আনিব পৃথিৱীৰ সমুখলৈ আনিব পৃথিৱীৰ সমুখলৈ পুনৰ এন্ধাৰ মাতি পুনৰ এন্ধাৰ মাতি। এই পৃথিৱীৰ শত জনতাৰ এই পৃথিৱীৰ শত জনতাৰ দুখৰে এন্ধাৰ নাশি সুন্দৰ পূজাৰী উজ্বলোৱা বুকুৰ তেজেৰে চাকি সাম্যৰ দীপালী পাতি। অʼ জোনালী দীপান্বিতা দীপান্বিতা দীপান্বিতা। অʼ জোনালী দীপান্বিতা দীপান্বিতা দীপান্বিতা। কথা, সুৰ-সংগীত ও কণ্ঠ - : ভূপেন হাজৰিকা । ৰচনা কাল : ১৯৪৮ চন। #autohash #flame #candle #celebration #people #burnt #heat #restaurant #Christmas #party #religion #spirituality #illuminated #candlelight #decoration #food #foodporn #foodie #foodpicoftheday #foodpic #foodgasm #instafood #yummie #light


দিনৰ পোহৰ আজি ৰাতিৰ সপোন

LYRICS

Lyrics-D. Jyotiprasad Saikia,Tune- Arun Hazarika


Dr.Bhupen Hazarika - Akan Gharaloi Ahilu - Xaratar Xewali - Axomiya Best Song - Puroniya Hit Geet

LYRICS

Assamese Audio & Video song, Hope you like this song. Please Subscribe, LIKE AND COMMENTS about this Video https://goo.gl/hQ5TxS Album - Xaratar Xewali Singer - Dr.Bhupen Hazarika Song - Akan Gharaloi Ahilu Music - Dr.Bhupen Hazarika Lyrics - Dr.Bhupen Hazarika Video Director - Company/ Label :- Wave Category Music Digital Managed by – Wave Music Assam (Contact -9582455515)


অসমীয়া পুৰণি গীত

LYRICS


Bhupen hazarika song #Assamese evergreen songs

LYRICS


Dr.Bhupen Hazarika | 9th death Anniversary 2020 | programme at Margherita,Near SDO Office-Vlog #20

LYRICS

Vlog #20 Sorry guys for late Uploading,The internet was very slow and Editing took late....😔🙏 Dr.Bhupen Hazarika Death Anniversary 2020 About Dr.Bhupen Hazarika 👇 Dr. Bhupen Hazarika (Assamese: [bʱupɛn ɦazɔɹika] (listen)) (8 September 1926 His songs, written and sung mainly in the Assamese language by himself, are marked by humanity and universal brotherhood and have been translated and sung in many languages, most notably in Bengali and Hindi. His songs, based on the themes of communal amity, universal justice and empathy, are especially popular among the people of Assam (India), West Bengal and Bangladesh. He is also acknowledged to have introduced the culture and folk music of Assam and Northeast India to Hindi cinema at the national level. He received the National Film Award for Best Music Direction in 1975, the Sangeet Natak Akademi Award (1987), Padmashri (1977), and Padmabhushan (2001),[2] Dada Saheb Phalke Award (1992), the highest award for cinema in India and Sangeet Natak Akademi Fellowship (2008), the highest award of the Sangeet Natak Akademi. He was posthumously awarded both the Padma Vibhushan, India's second-highest civilian award, in 2012, [3] and the Bharat Ratna, India's highest civilian award, in 2019.[4][5]Hazarika also held the position of the Chairman of the Sangeet Natak Akademifrom December 1998 to December 2003.[6] Born8 September 1926 Sadiya, Assam, British India Died5 November 2011(aged 85) Mumbai, Maharashtra, India[1] NationalityIndianOther namesSudha kanthaAlma materCotton University, Benaras Hindu University, Columbia UniversityOccupationMusician, singer, poet, filmmaker, lyricistYears active1939–2010 Notable work Rudaali Darmiyaan: In Between Gaja Gamini Daman IndramalatiMovementIndian Peoples Theater AssociationSpouse(s)Priyamvada PatelChildrenTej Bhupen Hazarika (b. 1952)Parent(s) Nilakanta Hazarika Shantipriya Hazarika RelativesJayanta Hazarika( Brother) Sudakshina Sarma(Sister)AwardsBharat Ratna (2019) (Posthumously) Padma Vibhushan(2012) (Posthumously) Padma Shri (1977) Dadasaheb Phalke Award (1992) Padma Bhushan(2001) Sangeet Natak Akademi Fellowship(2008) Asom Ratna (2009) Friends of Liberation War Honour (2011) #BhupenHazarika #Assam #TugsVlog ================================ Facebook Page 👇 https://www.facebook.com/Tugsvlog/ My Instagram link 👇 https://www.instagram.com/sanjaynath911/ THANKS FOR WATCHING 🙏 TUGS Vlog's. 🇮🇳 जय हिन्द,जय भारत🇮🇳~हमारा देश साफ रहे हमेशा और हमें ही साफ रखना होगा🙂


Duronto Durbar Gotire

LYRICS

Lyrics, Singer:Bhupen Hazarika Music: Bhupen Uzir. Film:Prasanda Dhumuha. #𝕊𝔸ℕ𝕋𝔸ℕ𝕌 Duara's collection# https://www.facebook.com/groups/326452821146347/permalink/1057830611341894/


Bhor Barixar Noi (ভৰ বাৰিষাৰ নৈ) - by Bhupen Hazarika.

LYRICS

Assamese song of Bhupen Hazarika / Lyrics of the song : ভৰ বাৰিষাৰ .... ভৰ বাৰিষাৰ নৈ .... পাৰ কৰি দে... মোক পাৰ কৰি দে ...মোক অ’ নাৱৰীয়া .......... পাৰ ... কৰি দে মোক নাৱৰীয়া ...! ভৰ বাৰিষাৰ নৈ.. পাৰ কৰি দে মোক নাৱৰীয়া পাৰ কৰি দে মোক নাৱৰীয়া পাৰ কৰি দে মোক ৷ ভৰ বাৰিষাৰ নৈ পাৰ কৰি দে মোক নাৱৰীয়া ! পাৰ কৰি দে মোক নাৱৰীয়া পাৰ কৰি দে মোক ৷ জাঁজীৰ দৰে জীৱনটি মো..ৰ নেজানো কেনি যায় পাৰ দেখোঁ নেদেখাই হ’লো.. হিয়া মোৰ দহি যায় দূৰ-দূৰণিৰ সৌ পাৰলৈ পাৰ কৰি নে মোক নাৱৰীয়া পাৰ কৰি নে মোক ৷ ভৰ বাৰিষাৰ নৈ.. ! পাৰ কৰি দে মোক নাৱৰীয়া পাৰ কৰি দে মোক নাৱৰীয়া পাৰ কৰি দে মোক ৷ এন্ধাৰৰ বুকুতেই দেখোঁ সূৰুজো হেৰায় হে মায়াবী পৃথিৱীখনি থিতাতেই লুকায় ! সংসাৰৰেই দুখ যাতনা পাৰ কৰি দে মোক নাৱৰীয়া পাৰ কৰি দে মোক ৷ ভৰ বাৰিষাৰ নৈ পাৰ কৰি দে মোক নাৱৰীয়া পাৰ কৰি দে মোক নাৱৰীয়া পাৰ কৰি দে মোক ৷ ভৰ বাৰিষাৰ নৈ পাৰ কৰি দে মোক নাৱৰীয়া পাৰ কৰি দে মোক নাৱৰীয়া পাৰ কৰি দে মোক ৷ ভৰ বাৰিষাৰ.... নৈ... ভৰ বাৰিষাৰ........ নৈ ..... পাৰ কৰি দে.. মোক.. অ’ নাৱৰীয়া .... পাৰ কৰি দে... মোক ভৰ বাৰিষাৰ.......... নৈ ... ৷৷ #autohash #water #outdoors #fisherman #sea #travel #traveling #visiting #instatravel #instago #nature #summer #lake #sky #seashore #oar #canoe #landscape #wave #leisure #solitude #BhupenHazarika #Brahamputra #Boat #River #KishorChoudhury.


Ahu dhan Daboloi, Bhupen Hzarika, Ushs Mangeskar

LYRICS

আহুধান দাবলৈ লাগে কতবেলি, ভূপেনদা ,ঊষা মঙ্গেস্কাৰ, বোলছবি প্ৰিয়জন


Ochayao Abhuj A Mon

LYRICS

Provided to YouTube by Giri Digital Solutions Pvt Ltd Ochayao Abhuj A Mon · Dr Bhupen Hazarika Ashanta Prahar ℗ 2009 Gathani Music Released on: 2009-11-01 Music Director: Dr Bhupen Hazarika Lyricist: Dr Bhupen Hazarika Director: Shiba Prasad Thakur Auto-generated by YouTube.


Jyoti Sangeet |1st price | luitor akaxot torar torawoli |

LYRICS

like share and comment my video (লুইতৰ আকাশত তৰাৰ তৰাৱলী )×২ (পাৰত দীপাৱলী তেজৰে নৈ)×২ আই নাকান্দিবি.... আই নাকান্দিবি থাপনা তেজেৰে বন্তি দিছেহি সন্তানে আজি তোৰ পাৰত...................... লুইতৰ.................... (লাচিতৰ দিনৰে জ্বলা জুই একুৰা আই অ নুমুৱা নাই)×২ নতুন তেজেৰে শলিতা জ্বলিছে উজলিছে ভমকাই আই অ নুমুৱা নাই চকুলো বোৱাই জুই নুনুমাবি (গোচক তমসা ঘোৰ)×২


Dr. Bhupen Hazarika(Hero of Assam)|| vlog 2 || 1st vlog about samadhisetra

LYRICS

Hei gyzz welcome back again to KRJ vLogs , i hope this is the 1st evr blog about Dr. Bhupen Hazarika samadhisetra, there was lots off mistakes, plz fgiv me and plz do subscribe, like, comment and most important plz suggest me.. thanks for watching this is karanjit... hop u gyzz like it


পাৰ হৈ গ'ল ধুমুহা এজাক ৷৷ par hoi gol dhumuha ejak ৷৷ Singer- Dwipen Baruah

LYRICS

কন্ঠ = দ্বীপেন বৰুৱা সুৰ = ৰমেন বৰুৱা কথা = কেশৱ মহন্ত Upload- Kumar Shishir Das plz subscribe my channel #Dipen_Baruah


Dr Bhupen hazarika past memory.

LYRICS

Assamese


Tumi Uxa Puware Mitha Abha ( তুমি ঊষা পুৱাৰে মিঠা আভা) - by Bhupen Hazarika & Aftab Ahmed.

LYRICS

Assamese song of Bhupen Hazarika and Aftab Ahmed / Lyrics by Charukamal Hazarika / Music by Nayan / Album : Alingan 1986. #autohash #outdoors #sunset #nature #dawn #sun #dusk #tree #sky #silhouette #summer #cloud #water #bright #dark #idyllic #travel #traveling #visiting #instatravel #instago #landscape


Bhabisila Tumi Hat Melilei (ভাবিছিলা তুমি হাত মেলিলেই) - by Bhupen Hazarika

LYRICS

Assamese song of Bhupen Hazarika /Lyrics and Melody by Bhupen Hazarika /Film : Mayuri (ময়ুৰী) in 1985 ভাবিছিলা তুমি হাত মেলিলেই বিশাল আকাশ পাবা হয়তো তুমি পোৱা নোপোৱাৰ দোমোজাত পৰি ৰবা..! পায়ও হেৰুৱাৰ অনুভূতি খিনি কলিজাত সাঁচি থবা সোঁৱৰণি মোৰ যিকণ পালা তাকেই সাৱটি লবা সেই সোঁৱৰণি গুপুতেই তুমি বুকুতেই সাঁচি থবা। ভাবিছিলা তুমি হাত মেলিলেই..!! তৰু তৃণে হাঁহি নাচিছিলে কত সেউজ সাজেৰে সাজি সেই তৃণে পুনু সলাব বাগৰ নঙঠা ডালেৰে আজি শুকান নদীৰ শুনি হাঁহাকাৰ ডাৱৰ উঠিব গাজি সেমেকা চকুত অশ্ৰু নমাব অতীতৰ সুখ বাজি সেই সুৰধ্বণি মৌণতাৰেই বুকুতেই সাঁচি থবা..! ভাবিছিলা তুমি হাত মেলিলেই..!! জীৱন এটি সাঁথৰ মাথো অৰ্থ ভঙাহে টান হাঁহিব খুজিলে কিহবাই যেন কঁপাই প্ৰাণ কতনো অপ্ৰত্যাশিত বেদনাৰ আহে বান বানৰ জোৱাৰে ছিঙি ভাঙি নিয়ে যত মান অভিমান অভিমান খিনি অভিনয়েৰে লুকুৱাই তুমি থবা ভাবিছিলা তুমি হাত মেলিলেই..!! মানা বা নেমানা কিছুকথা যেন হঠাতেই ঘটি যায় নেমানো বুলিও নোৱাৰা থাকিব তুমি যেন নিৰুপায় প্ৰতিদিনে কত ঘটনা ঘটে অচিন আঘাট পায় সময়ৰ এটি... গুণ আছে সময়ৰ.. এটি.. গুণ.. আছে ই আঘাট শুকুৱাই ই... আঘাট... শুকুৱাই ধৈৰ্য্য খিনি নিৰ্ভিকভাবে বুকুতেই শুহি থবা...!! গীতৰ কথা, সুৰ ও কণ্ঠ : ভূপেন হাজৰিকা । বোলছবি : ময়ুৰী (১৯৮৫) 🌿🌼🌿


" সন্ধ্যা তৰাকে সুধিবা" কন্ঠ ৰিদিপ দত্ত ( ORIGINAL VERSION) সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা

LYRICS


Asomi Aaire Lalita Palita ( অসমী আইৰে লালিতা পালিতা) - by Bhupen Hazarika

LYRICS

Assamese song of Bhupen Hazarika without musical instruments. / Lyrics of the song : অসমী আইৰে লালিতা-পালিতা মই তোলনীয়া জী অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি ? অসমীৰ মাতষাৰ আজীৱন শুনিলোঁ অসমীৰ মাতষাৰ আজীৱন শিকিলোঁ বিহুসুৰ বিনন্দীয়া... বিহুসুৰ বিনন্দীয়া...! বৰগীত জিকিৰক তামোল দি মানিলোঁ বৰগীত জিকিৰক তামোল দি মানিলোঁ বাটিলোঁ মুগাৰ বটীয়া ; বৰলুইত পাৰৰে শীতলকৈ নাদৰে মিঠা পানী টুপি পি অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি ? পৃথিৱীখনে যি বলকে বলক পৃথিৱীখনে যি বলকে বলক অচিন পখীৰে নলওঁ মই লগ অসমী আয়ে মোক তুলিছে-তালিছে অসমী আয়ে মোক তুলিছে-তালিছে কেনেকৈ হওঁ মই পৰ চেনেহক নেওচা দি..! অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি? পদুলিৰ কেতেকীৰ সুবাসত আমোলমোল পদুলিৰ কেতেকীৰ সুবাসত আমোলমোল বতাহ খাই গাভৰু হʼলোঁ বতাহ খাই গাভৰু হʼলোঁ অসমীৰ বতাহক বিষেৰে নভৰাওঁ অসমীৰ বতাহক বিষেৰে নভৰাওঁ এইষাৰ কথাকে দিলোঁ । উদাৰচিতীয়া অসমী আইৰে উদাৰচিতীয়া অসমী আইৰে মৰমৰ শপতে দি...! অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি ? অসমী আইৰে লালিতা-পালিতা মই তোলনীয়া জী অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি ? কথা, সুৰ ও কণ্ঠ : ভূপেন হাজৰিকা 🌿🌼🌿


" এক শঙ্খচিলেব় সঙ্গে দিলাম" কন্ঠ ভূপেন হাজাব়িকা, কেছেট থেকে ডিজিটেল ধ্ৰুৱ জ্যোতি ডেকাব়

LYRICS


আকাশী গঙ্গা বিচৰা নাই || Bhupen Hazarika song || Stage Performance by PARAG

LYRICS

Song : AKASHI GANGA BISARA NAI Stage Show by PARAG JYOTI NEOG VANUE : NAHARLAGUN, ARUNACHAL PRADESH OCCASION : BHUPEN HAZARIKA'S DEATH ANNIVERSARY, 5 NOVEMBER 2019 PLEASE LIKE ,COMMENTS, SHARE THE VIDEO. PLEASE DO SUBSCRIBE THE YOUTUBE CHANNEL. THANK YOU FOR WATCHING ❤️


" দূৰ দিগন্তত দেখিছো ৰিণিকি" কথা ,সুৰ ,সংগীত আৰু কন্ঠ ভূপেন হাজৰিকা ,সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা

LYRICS


.." Jiwan nodir duyo paror mahima opar ..." Dr. BHUPEN HAZARIKA

LYRICS

' DEDICATED TO THOSE WOMAN WHO ARE CONTINUING TRADITIONAL POTTERY OF ASSAM ' .There are few places in ASSAM where only female members of the families are involved in pottery traditionally , male members do not take part and the methods of pottery are also traditional , they do not use CHAK or the WHEEL. Audio Courtesy : Dr. BHUPEN HAZARIKA ,Concept, Camera,Creation : LAXYA


Sradhanjali to Dr Bhupen Hazorika at his 92nd birthday by Dhermeswar gogoi

LYRICS


Bhupen Hazarika songs

LYRICS

World enviromental day Bhupen Hazarika song


Aaji Brahmaputra Hol Bohniman ( আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান) - by Bhupen Hazarika.

LYRICS

Assamese song of Bhupen Hazarika / Lyrics, Melody and Music by Bhupen Hazarika / Lyrics of the song : [ মহা মিলনৰ তীৰ্থ এই ব্রহ্মপুত্র আজি বহ্নিমান কিয় ?]   আজি ব্রহ্মপুত্র হ’ল বহ্নিমান ! মনৰ দিগন্তত ধোঁৱা উৰে, আকাশত পপীয়া তৰা ঘূৰে পদে পদে কৰে কাক অপমান ? আজি ব্রহ্মপুত্র হ’ল বহ্নিমান ! এই বহ্নি নহয় শ্যামলী বনৰ বহ্নি ক্রোধান্বিত লক্ষ মনৰ পুঞ্জীভূত নোপোৱাৰ বেদনা আগ্নেয়গিৰি সমান। আজি ব্রহ্মপুত্র হ’ল বহ্নিমান ! সমদলৰ পদধ্বনি আবাল-বৃদ্ধ-বনিতাৰ স্ব-নিৰাপত্তা লক্ষ্য আৰু আনকো জীয়াই ৰখাৰ সহস্রজনৰ সাহস দেখি পৃথিবী কম্পমান । আজি ব্রহ্মপুত্র হ’ল বহ্নিমান ! সৌৱা বজ্র নিনাদৰ প্রতিধ্বনি ভৈয়ামে-পৰ্বতে বাজে সংগ্রামী সুস্থ প্রকাশ বলিষ্ঠ সংযম মাজে ; প্ৰচণ্ড অবহেলা....! প্রচণ্ড অৱহেলা এইবাৰ নাশিবই জীৱনকো কৰি বলিদান । আজি ব্রহ্মপুত্র হ’ল বহ্নিমান ! - ভূপেন হাজৰিকা /১৯৭৯


যাৱৰ বেলা, jabor bela, Pulak benarjee song

LYRICS

কণ্ঠ: পুলক বেনাৰ্জী সংগ্ৰহ: গীতিমালিকা


Radha O Radha Radha (ৰাধা অ' ৰাধা ৰাধা ) - by Bhupen Hazarika

LYRICS

Assamese song of Bhupen Hazarika / Lyrics by Nirmalprabha Bordoloi./Melody by Prabhat Sarma / Lyrics of the song : ৰাধা অ’, ৰাধা ৰাধা ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে | ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে | ৰাধাৰ নামত কিনো মায়া কোনে বাৰু বুজে এহে অ’ ৰাধা ! ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে | ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে | গকুলতে কৃষ্ণ থাকে গকুলতে ৰাধা, গকুলতে কৃষ্ণ থাকে গকুলতে ৰাধা; তথাপি বাঁহীত বাজে ৰাধা ৰাধা ৰাধা ক’তে আছা ? হে ৰাধা ক’তে আছা ? ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে | ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে |              ৰাধাৰ নামত কিনো মায়া কোনে বাৰু বুজে এহে অ’ ৰাধা ! ৰাধা ৰাধা অ’ ৰাধা        মোৰ বাঁহীত বাজে | ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে | যমুনাও উজায়ে বয় জোনটিও থমকে, যমুনাও উজায়ে বয়               জোনটিও থমকে, শ্যাম মেঘত ৰাধাৰ হাঁহি             বিজুলি চমকে | ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে | ৰাধা ৰাধা অ’ ৰাধা বাঁহীৰ সুৰত বাজে | ৰাধাৰ নামত কিনো মায়া কোনে বাৰু বুজে এহে অ’ ৰাধা ! ৰাধা ৰাধা অ’ ৰাধা        মোৰ বাঁহীত বাজে | ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে | আনন্দ ৰূপিনী ৰাধা আনন্দ প্ৰাণৰে    আনন্দ বাগৰে নামত লহৰে লহৰে |                    আনন্দ ৰূপিনী ৰাধা আনন্দ প্ৰাণৰে আনন্দ বাগৰে নামত          লহৰে লহৰে | ৰাধা শক্তি ৰূপত থাকে, ৰাধা শান্তি ৰূপত থাকে, ৰাধা ভক্তি ৰূপত থাকে | ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে | ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে,           ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে; ৰাধাৰ নামত কিনো মায়া কোনে বাৰু বুজে এহে অ’ ৰাধা ! ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে, ৰাধা ৰাধা অ’ ৰাধা মোৰ বাঁহীত বাজে ||


Pohor Bisari Jui Xabotili ( পোহৰ বিচাৰি জুঁই সাৱটিলি ) - by Bhupen Hazarika.

LYRICS

Assamese song of Bhupen Hazarika /Lyrics by Hemanta Dutta / Film : Jibon Surabhi ( জীৱন সুৰভি) / Lyrics of the song : পোহৰ বিচাৰি জুঁই সাৱটিলি দহনহে তোৰ লগৰীয়া জনসমুদ্ৰত অকলে উটিছ সঙ্গীহীন ভাগৰুৱা কিনো অভাগা কপাল হৰি ইনো কি তোৰ নিঠুৰ বিধান দুহাতৰ যত সুখ আনতে বিলালি নিজে ৰৈ দুখতে মজি তই নিজে ৰৈ দুখতে মজি । কিনো অভাগা কপাল ।। ভাবিছিলি যে তই তোৰ এই ঘৰখন ভকতিৰ গোঁসাই ঘৰ হ’ব তোৰ থাপনাত বন্তি জ্বলিব গোঁসাই ঘৰ উৰুখিল থাপনাও বাগৰি গোঁসাই ঘৰ উৰুখিল থাপনাও বাগৰি শলিতাও শেষ হ’ল পুৰি তোৰ আশা গ’ল কলিতে মৰি তোৰ আশা গ’ল কলিতে মৰি কিনো অভাগা কপাল ।। লক্ষ্য নেজানি অচিনা বাটেদি অকলে আছ যে বুলি তই প্ৰভুকে সাৰথি কৰি কিনো পোৱাৰ আশাত ক’লৈনো গৈ আছ কিনো পোৱাৰ আশাত ক’লৈনো গৈ আছ নিয়তিৰ হাততে ধৰি তই বিধিয়েও নাজানে আজি কিনো অভাগা কপাল হৰি ইনো কি তোৰ নিঠুৰ বিধান ।। 🌿 🌼 🌿


Dr.Bhupen hazarika assumes song.and comedy at anando bazar durga puja #kandulimara

LYRICS

#assam #baksa #tamulpur #kandulimara


Last Music Searches

| Kavita Yadav क New Hiit Songs | Musica 1000 | Best Mpsc | 20000 Below Best Non Chinese Phones | Devatha Movie Songs | Dj Jonel Sagayno Nonstop Tiktok Dance Remix | 365 Gün Film Izle | Ultimate Bank | Azhar Ali New Song 2020 | Zula Bedava Maç | Top De 5 Aplicaciones Gratis Para Musicos | Kriziram Demo | Mark Ronson Camila Cabello Find U Again Lyrics | Lab Pe Dil Ki Baat Hai Aae | Jonh Komba Ccm No 1 | Isolados No Alasca Discovery | Film Hot Moms | Tiktok Xfailnet | Ana Gemazashvili | Gay Prody The Box | Ishq Gehra Full Song Lyrics | Xxxtenations Arms Around You 1 Hour | Watercolor Vacation Home | Juicer Mpostori Zvaramba | Kannu Vessi Song Free Download | Rain Study Music 1 Hour | Bum Bum Tam Tam Remix Bass Boosted | Tu Hi Rab Tu Hi Dua Hindi Remix | Pakirrivargas | Hamare Patidev Ji Song | Cukur 2 Sezon 11 Bolum | Malaro | Teri Ankhiyan Teri Sakhiyan Status | Pamparampam Remix | Dj Lesky | Gunjan Singh Holi Song 2019 | Emi Cheyamanduve Song Rahul Sipligunj | Apostol Xibamu Xa Moya Mp3 Download | Moonthorn Erot Remix | Teinter Ses Cheveux Soi Même | Edit Video Tiktok Lagu Barakallahu Lakuma Wa Baraka | Tv Mi Box | Lagu Pop Indo Terbaru 2020 | Sense8 8 Characters 2015 Netflix

Video Preview

About

Free download Dur Digantot Dekhisu mp3, 7.04 MB Download Dur Digantot Dekhisu mp3, listen 00:05:21 and download official music mp3

About hdsmp3.com

On hdsmp3.com you can find your favorite music that exists on the web, read music news and download mp3 for free in the best quality. No registration is needed.